বৰশী বোৱা (Assamese) [ Roman: bo’’.ro’’.xi bo’.wa]
    Contributed by: Bikram M Baruah on 2013-06-07
    1. (Verbal Noun) the act of catching fish with a hook and line. বৰশীত টোপ দি তাক পানীত পেলাই মাছক খাবলৈ দি মাছ ধৰা কাৰ্য৷